[go: nahoru, domu]

সমললৈ যাওক

পোলেণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
র -> ৰ
Replacing wrong medial combinations
90 নং শাৰী: 90 নং শাৰী:
}}
}}


'''প'লেণ্ড''' মধ্য [[ইউৰোপ]]ৰ এখন ৰাষ্ট্ৰ।<ref name="johnson">{{cite book|last1= Johnson|first1= Lonnie R.|title= Central Europe: enemies, neighbors, friends|date=1996|publisher= Oxford University Press |url=https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false}}</ref> এই দেশৰ ৰাজধানী ৱাৰ্ছ'। প'লেণ্ডৰ পশ্চিমে [[জাৰ্মানী]], দক্ষিণে [[চেক গণৰাজ্য]] অাৰু [[শ্ল'ভাকিয়া]], পূবে ইউক্ৰেন অাৰু বেলাৰুছ, অানহাতে উত্তৰে [[বাল্টিক সাগৰ]], [[লিথুৱানিয়া]] অাৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ প'লেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। প'লেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে [[ইউৰোপিয়ান ইউনিয়ন]]ৰ সদস্য হয়।
'''প'লেণ্ড''' মধ্য [[ইউৰোপ]]ৰ এখন ৰাষ্ট্ৰ।<ref name="johnson">{{cite book|last1= Johnson|first1= Lonnie R.|title= Central Europe: enemies, neighbors, friends|date=1996|publisher= Oxford University Press |url=https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false}}</ref> এই দেশৰ ৰাজধানী ৱাৰ্ছ'। প'লেণ্ডৰ পশ্চিমে [[জাৰ্মানী]], দক্ষিণে [[চেক গণৰাজ্য]] আৰু [[শ্ল'ভাকিয়া]], পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে [[বাল্টিক সাগৰ]], [[লিথুৱানিয়া]] আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ প'লেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। প'লেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে [[ইউৰোপিয়ান ইউনিয়ন]]ৰ সদস্য হয়।


প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে প'লেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক প'লেণ্ডৰ স্বৰ্ণযুগ অাখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত প'লেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ অাৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।
প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে প'লেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক প'লেণ্ডৰ স্বৰ্ণযুগ আখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত প'লেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।


{{commons|Poland|প'লেণ্ড}}
{{commons|Poland|প'লেণ্ড}}

00:41, 7 March 2018ৰ সংস্কৰণ

Rzeczpospolita Polska
Poland প'লেণ্ড-ৰ অৱস্থান
Poland
প'লেণ্ড-ৰ অৱস্থান
Poland প'লেণ্ড-ৰ অৱস্থান
Poland
প'লেণ্ড-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৱাৰ্ছ'
52°14′N 21°1′E / 52.233°N 21.017°E / 52.233; 21.017
ৰাষ্ট্ৰভাষা (সমূহ) প'লিছ
সময় অঞ্চল (ইউটিচি+1)
গাড়ী চলোৱা হয় right

প'লেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ।[1] এই দেশৰ ৰাজধানী ৱাৰ্ছ'। প'লেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ প'লেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। প'লেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে ইউৰোপিয়ান ইউনিয়নৰ সদস্য হয়।

প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে প'লেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক প'লেণ্ডৰ স্বৰ্ণযুগ আখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত প'লেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।

তথ্য সংগ্ৰহ

  1. Johnson, Lonnie R. (1996). Central Europe: enemies, neighbors, friends. Oxford University Press. https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false.