[go: nahoru, domu]

সমললৈ যাওক

বে'লৰ পক্ষাঘাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
 
(7জন সদস্যই কৰা 15টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
1 নং শাৰী: 1 নং শাৰী:
{{Infobox disease
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ নাৰ্ভডাল হ'ল ফেচিয়েল নাৰ্ভ৷ এই নাৰ্ভডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িতহৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই নাৰ্ভৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হলে এই সকলোবিলাক ক্ৰিয়া বাধা প্ৰাপ্ত হয়৷
| Name = বে'লৰ পক্ষাঘাত (Bell's palsy)
আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডৰ চাৰ্লচ বেল নামৰ চিকিৎসকজনে পোন প্ৰথম বাৰৰ বাবে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ ফেচিয়েল পালচি" বুলি কোৱা হয়৷
| Image = Bellspalsy.JPG
লক্ষণসমূহ : - মুখ মণ্ডলৰ এফাল হঠাৎতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱৰা হয়৷হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানীবৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷
| Caption = সোঁফালে বে'লৰ পক্ষাঘাত হোৱা এজন লোকে দাঁত দেখুৱাবলৈ আৰু চেলাউৰি দাঙিবলৈ কৰা চেষ্টা।
পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷ আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ,গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷
| DiseasesDB = 1303
৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷
| ICD10 = {{ICD10|G|51|0|g|50}}
সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা৷
| ICD9 = {{ICD9|351.0}}
ৰোগৰ কাৰণ : - ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে৷ কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাট বা সংক্ৰমন (ইনফেকচন)ৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে৷
| ICDO =
এই ৰোগৰ চিকিৎসা : - বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়৷এন্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল৷ ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায় ৷বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে৷ ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল৷ কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়৷
| OMIM =
ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ : - সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়৷ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমন বা আঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া ঠিৰাং কৰা হয়৷ কেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষতা আদিও পৰীক্ষা কৰা হয়৷
| MedlinePlus = 000773
উপসংহাৰ : - ৰোগী আতংকিত মুঠেই হব নালাগে , কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভব৷
| eMedicineSubj = emerg
19-3-2012
| eMedicineTopic = 56
| eMedicine_plus = {{eMedicine2|neuro|413}} {{eMedicine2|ent|719}} {{eMedicine2|oph|508}}
| MeshID = D020330
}}

'''বেলৰ পক্ষাঘাত''' (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, [[ষ্ট্ৰোক]], [[লাইম ৰোগ]] আদি। যদি পক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় তেতিয়া ইয়াক "বে'লৰ পক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগতে [[স্কটলেণ্ড]]ৰ [[চাৰ্লছ বে'ল]] নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ পালচি" বুলি কোৱা হয়।

মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ স্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ। এই স্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িত হৈ পৰেহি। আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই স্নায়ুৰ যোগেদিহে পৰিচালিত হয়। গতিকে ফেচিয়েল নাৰ্ভৰ পক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ত হয়।

==লক্ষণসমূহ==
মুখ মণ্ডলৰ এফাল হঠাতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে। সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱাৰা হয়। হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে। খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়। দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে। কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়। লেলাওটি ব'ব পাৰে। বন্ধ নোহোৱা চকু শুষ্ক বা পানী বৈ থকা পৰিলক্ষিত হয়। মুখৰ ৰুচি কমি যায়। পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে। সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়। কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে। বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে। ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে। আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়। ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়। ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়। কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়। ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়। বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে। সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা।

==ৰোগৰ কাৰণ==
ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে। <ref>[http://www.medicinenet.com/facial_nerve_problems/page3.htm Facial Nerve Problems and Bell's Palsy Information on MedicineNet.com<!-- Bot generated title -->]</ref> কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাত বা সংক্ৰমণৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে।

==ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ==
সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়। ৰোগীৰ মগজুৰ [[চিটি স্কেন]] বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমণ বা আঘাতপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া থিৰাং কৰা হয়। কেতিয়াবা নাৰ্ভৰ পৰিবহণ সমক্ষতা আদিও পৰীক্ষা কৰা হয়।

==চিকিৎসা==
বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়। এণ্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল। ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায়।<ref name="Sullivan-NEJM">{{cite journal |author=Sullivan FM |title=Early treatment with prednisolone or acyclovir in Bell's palsy |journal=N. Engl. J. Med. |volume=357 |issue=16 |pages=1598–607 |year=2007 |month=October |pmid=17942873 |doi=10.1056/NEJMoa072006 |url=http://content.nejm.org/cgi/pmidlookup?view=short&pmid=17942873&promo=ONFLNS19 |author-separator=, |author2=Swan IR |author3=Donnan PT |display-authors=3 |last4=Morrison |first4=Jillian M. |last5=Smith |first5=Blair H. |last6=McKinstry |first6=Brian |last7=Davenport |first7=Richard J. |last8=Vale |first8=Luke D. |last9=Clarkson |first9=Janet E.}}</ref><ref name="Salinas RA, Alvarez G, Daly F, Ferreira J 2010 CD001942">{{cite journal |author=Salinas RA, Alvarez G, Daly F, Ferreira J |title=Corticosteroids for Bell's palsy (idiopathic facial paralysis) |journal=Cochrane Database Syst Rev |volume=3 |issue= 3|pages=CD001942 |year=2010 |pmid=20238317 |doi=10.1002/14651858.CD001942.pub4 |url= |editor1-last=Salinas |editor1-first=Rodrigo A}}</ref> বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে। ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল। কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়।
<!--উপসংহাৰ : - ৰোগী আতংকিত মুঠেই হব নালাগে, কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভব। -->

==তথ্যসূত্ৰ==
{{reflist}}

{{Medical condition classification and resources}}

[[শ্ৰেণী:স্নায়ুতন্ত্ৰৰ ৰোগ]]

18:24, 24 December 2023 অনুযায়ী বৰ্তমান সংস্কৰণ

বে'লৰ পক্ষাঘাত (Bell's palsy)
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

সোঁফালে বে'লৰ পক্ষাঘাত হোৱা এজন লোকে দাঁত দেখুৱাবলৈ আৰু চেলাউৰি দাঙিবলৈ কৰা চেষ্টা।
আই.চি.ডি.-10 G51.0
আই.চি.ডি.-9 351.0
ডিজিজেছ ডে'টাবে'ছ 1303
মেডলাইন প্লাছ 000773
ইমেডিচিন emerg/56
MeSH D020330

বেলৰ পক্ষাঘাত (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, ষ্ট্ৰোক, লাইম ৰোগ আদি। যদি পক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় তেতিয়া ইয়াক "বে'লৰ পক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডচাৰ্লছ বে'ল নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ পালচি" বুলি কোৱা হয়।

মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ স্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ। এই স্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িত হৈ পৰেহি। আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই স্নায়ুৰ যোগেদিহে পৰিচালিত হয়। গতিকে ফেচিয়েল নাৰ্ভৰ পক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ত হয়।

লক্ষণসমূহ

[সম্পাদনা কৰক]

মুখ মণ্ডলৰ এফাল হঠাতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে। সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱাৰা হয়। হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে। খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়। দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে। কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়। লেলাওটি ব'ব পাৰে। বন্ধ নোহোৱা চকু শুষ্ক বা পানী বৈ থকা পৰিলক্ষিত হয়। মুখৰ ৰুচি কমি যায়। পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে। সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়। কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে। বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে। ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে। আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়। ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়। ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়। কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়। ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়। বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে। সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা।

ৰোগৰ কাৰণ

[সম্পাদনা কৰক]

ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে। [1] কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাত বা সংক্ৰমণৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে।

ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ

[সম্পাদনা কৰক]

সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়। ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমণ বা আঘাতপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া থিৰাং কৰা হয়। কেতিয়াবা নাৰ্ভৰ পৰিবহণ সমক্ষতা আদিও পৰীক্ষা কৰা হয়।

চিকিৎসা

[সম্পাদনা কৰক]

বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়। এণ্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল। ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায়।[2][3] বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে। ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল। কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Facial Nerve Problems and Bell's Palsy Information on MedicineNet.com
  2. Sullivan FM, Swan IR, Donnan PT et al. (October 2007). "Early treatment with prednisolone or acyclovir in Bell's palsy". N. Engl. J. Med. খণ্ড 357 (16): 1598–607. doi:10.1056/NEJMoa072006. PMID 17942873. http://content.nejm.org/cgi/pmidlookup?view=short&pmid=17942873&promo=ONFLNS19. 
  3. Salinas RA, Alvarez G, Daly F, Ferreira J (2010). Salinas, Rodrigo A. ed. "Corticosteroids for Bell's palsy (idiopathic facial paralysis)". Cochrane Database Syst Rev খণ্ড 3 (3): CD001942. doi:10.1002/14651858.CD001942.pub4. PMID 20238317. 
বৰ্গীকৰণ
বাহ্যিক সমল