[go: nahoru, domu]

Google Play Pass

অধিক আনন্দ, কম ব্যাঘাত

১০০০তকৈ অধিক গে’ম
কোনো বিজ্ঞাপন নাই
এপত ক্রয় কৰাৰ সুবিধা নাই

সঘনাই সোধা প্ৰশ্ন

ছাবস্ক্ৰাইবাৰ হিচাপে, আপুনি ১০০০তকৈ অধিক গে’ম আৰু এপৰ এক বিস্তৃত কেটেলগৰ এক্সেছ লাভ কৰিব, যিখনত প্ৰতিমাহে নতুন সংযোজন কৰা হয়। Play Passত উপলব্ধ গে’ম আৰু এপত বিজ্ঞাপনৰ লগতে অতিৰিক্ত এপত কৰা ক্ৰয় নাথাকিব।

Play Store এপত Play Pass টেবটো চাওক অথবা সমগ্ৰ Play Storeত Play Pass বেজেৰে চিহ্নিত গে’ম আৰু এপ্‌সমূহ বিচাৰক

Play Pass কেটেলগত অন্তৰ্ভুক্ত হোৱা আটাইবোৰ গে’ম আৰু এপৰ পৰা বিজ্ঞাপন আঁতৰোৱা হ’ব আৰু এপত কৰা ক্ৰয় সুবিধাটো আনলক কৰা হ’ব

কিছুমান গে’ম আৰু এপে ডিজিটেল বস্তু অথবা সেৱা বিক্ৰী কৰে যি আপোনাক গে’মৰ ভিতৰত ব্যৱহৃত মুদ্ৰা আৰু বিশেষ স্কিনৰ দৰে অভিজ্ঞতা প্ৰদান কৰে। Play Passৰ জৰিয়তে আপোনাৰ বাবে মাচুল অবিহনে যিকোনো এপৰ ভিতৰত ক্ৰয় সুবিধা উপলব্ধ হ’ব।

পৰিয়ালৰ লাইব্ৰেৰীৰ জৰিয়তে পৰিয়ালৰ পৰিচালকে কোনো মাচুলৰ অবিহনে ৫ গৰাকী পৰ্যন্ত সদস্যৰ সৈতে Play Passৰ এক্সেছ শ্বেয়াৰ কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ একাউণ্টত Play Pass সক্ৰিয় কৰিব লাগিব। অধিক জানক

আনন্দ শ্বেয়াৰ কৰক

পৰিয়ালৰ পৰিচালকে পৰিয়ালৰ অন্য ৫ গৰাকী পৰ্যন্ত সদস্যৰ সৈতে Google Play Passৰ এক্সেছ শ্বেয়াৰ কৰিব পাৰে যাতে প্ৰত্যেকে তেওঁলোকৰ নিজৰ ডিভাইচত উপভোগ কৰিব পাৰে